December 7, 2024 12:46 PM

views 12

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা ৩৫খন জিলাৰ ৪৪,০৯৪খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ২০২৫ অনুষ্ঠিত হ'ব। এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ ৩৫খন জিলাৰ ৪৪ হাজাৰ ৯৪ খন বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ মুঠ ৩৯ লাখ ৬৫ হাজাৰৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ত ১১ খন জিলা ক্ৰমে বৰপেটা, বজালী, শ্রীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব। ৬ জানুৱাৰীত স্বমূল্যায়ন আৰু ৭ৰ পৰা ৯ জানুৱাৰী বহিঃমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। ১৭ জানুৱাৰীত দ্বিতীয় পৰ্যায়ত বা...