February 4, 2025 7:54 PM

views 20

ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। গুণোৎসৱৰ আজি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এহেজাৰ ৫৭৪ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত ১ লাখ ৬৩ হাজাৰ ৮৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হ'ব। ইয়াৰ বাবে জিলাখনত ৬৭৬ গৰাকী বিষয়াক বহিঃমূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে। দৰং জিলাত এই পৰ্যায়ত এহেজাৰ ১৭৮ খন বিদ্যালয়ৰ ১ লাখ ২৩ হাজাৰ ২৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহ...

January 17, 2025 11:15 AM

views 13

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্রমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গুণোৎসৱৰ স্ব-মূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব। গুণোৎসৱে ১৪খন জিলাৰ ১৫ হাজাৰ ৬৬৩খন বিদ্যালয়ৰ ১৪ লাখ ১৪ হাজাৰ ৯৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ল'ব। বহিঃমূল্যায়নত ৬ হাজাৰ ২৫৩ গৰাকী ...

January 8, 2025 9:03 PM

views 38

চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যেৰে শিক্ষা বিভাগে আয়োজন কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ মূল্যায়ন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত দুৰ্বল প্ৰদৰ্শন কৰা ৰাজ্যৰ একাংশ বিদ্যালয়ত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে। ইয়াৰ লগতে শিক্ষা মন্ত্রী ডাঃ পেগুৱে শিক্ষা আৰু আনুসঙ্গিক ক্ষেত্ৰসমূহত দুর্বলতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠ...

August 1, 2024 12:55 PM

views 31

৬ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ

সমগ্র শিক্ষা অভিযানে অহা বৰ্ষৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্রকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ দৰে ৬ জানুৱাৰীতে আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৭,...

July 31, 2024 7:25 PM

views 18

অহা বছৰৰ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ

সমগ্ৰ শিক্ষা অভিযানে অহা বছৰৰ ৬ জানুৱাৰীত আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই কাৰ্যসূচী ৬ জানুৱাৰীত আৰম্ভ হ'ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন হ'ব। আন এটা সংশোধনী অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ...