March 26, 2025 1:24 PM

views 13

উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰা দেশৰ দ্বিতীয় ৰাজ্য হ’ব গুজৰাট

গুজৰাট, উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰা দেশৰ দ্বিতীয় ৰাজ্য হ'ব। ইয়াৰ পূৰ্বে উত্তৰাখণ্ডত এই উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰা হৈছিল। কালি বিধানসভাত দিয়া ভাষণত ৰাজ্যিক আইনমন্ত্রী ৰুশীকেষ পেটেলে কয়, যে এয়া হ'ব ৰাজ্যখনৰ সকলো লোকৰ বাবে সম-ন্যায় নিশ্চিত কৰা আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক অনুধাৱন কৰাৰ ক্ষেত্ৰত এক অন্যতম পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে আইনী প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰাজকোট, চুৰাট আৰু বডোডৰা জিলাৰ মুখ্য কাৰ্যালয়ত তিনিটা নতুন মধ্যস্থততা ন্যায়...