October 25, 2024 11:08 AM

views 26

গুজৰাটত ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ

গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আজিৰে পৰা ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ হ'ব। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আযোজন কৰা তিনিদিনীয়া এই সন্মিলন গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে উদ্বোধন কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, নীতি নিৰ্ধাৰক আৰু নগৰ পৰিবহন বিশেষজ্ঞকে ধৰি প্ৰায় ৩ হাজাৰ গণ্যমান লোক উপস্থিত থাকিব । গান্ধীনগৰৰ এই সন্মিলন সম্পর্কে কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব জয়দ্বীপে ক...