October 25, 2024 11:08 AM
গুজৰাটত ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ
গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আজিৰে পৰা ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ হ'ব। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আযোজন কৰা তিনিদিনীয়...