November 2, 2024 12:30 PM

views 18

আজি গুজৰাটী নতুন বর্ষ উদযাপন

বিশ্বজুৰি গুজৰাটী সম্প্রদায়ে আজি গুজৰাটী নতুন বর্ষ উদযাপন কৰিছে। গুজৰাটত হিন্দু পঞ্জিকা বিক্ৰম চম্ভাট অনুসৰি কাৰ্তিক মাহৰ প্ৰথম দিনাৰে পৰা নৱবৰ্ষ পালন কৰা হয়। বেষ্টু বই নামে জনপ্রিয় এই গুজৰাটী নৱবৰ্ষ সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে।