April 3, 2024 8:34 PM April 3, 2024 8:34 PM

views 22

জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ গেৰাণ্টি কার্ড মুকলি

◊ কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে ন্যায়পত্র বা গেৰাণ্টি কার্ড মুকলি কৰিছে। এই অনুসৰি দলটোৱে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ নিশ্চিতিৰে যুৱপ্ৰজন্মৰ প্ৰতি ন্যায় নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি দিছে। একেদৰে, স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী নিশ্চিত কৰাৰ পদক্ষেপ হিচাপে কৃষকৰ প্ৰতি ন্যায়, সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকপিয়লৰ নিশ্চিতি হিচাপে অংশীদাৰিত্ব ন্যায়ৰো আৰু দলটোৱে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিটো দৰিদ্ৰ ...