September 28, 2025 12:17 PM

views 58

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ সকলো শ্ৰেণীৰ নাগৰিককে উপকৃত কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতৰ সকলো শ্ৰেণীৰ নাগৰিককে উপকৃত কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। যোৱা ২২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ভাৰতত পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ ৰূপে বিবেচিত হৈছে। এই সংস্কাৰে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰ হ্ৰাস কৰি নাগৰিকলৈ যথেষ্ট সকাহ প্ৰদান কৰিছে। পৰৱৰ্তী প্ৰজন্মই জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে বিভিন্ন খণ্ডত যথেষ্ট পৰিমাণৰ কৰ হ্ৰাস কৰাৰ...

September 22, 2025 11:26 AM

views 41

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জি এছ টিৰ সংস্কাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে । দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী প্ৰজন্ম‍ই জি এছ টি সংস্কাৰ কিদৰে আত্মনিৰ্ভৰতা বৃদ্ধি কৰিব সেই বিষয়েও আলোকপাত কৰে। ...

September 8, 2025 11:33 AM

views 36

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত বিজেপি সংসদীয় দলৰ এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ

বিজেপি সংসদীয় দলে নতুন দিল্লীত আয়োজিত দুদিনীয়া কৰ্মশালাত কালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযূষ গোৱেলে উত্থাপন কৰা এই প্ৰস্তাৱত বিজেপিৰ সাংসদসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই সাহসী তথা নাগৰিককেন্দ্ৰিক পদক্ষেপৰ বাবে শুভেচ্ছা জনায়। এই প্ৰস্তাৱত উল্লেখ কৰা মতে জি এছ টি সংস্কাৰে এই ব্যৱস্থাটো সৰলীকৰণ কৰি তুলিছে। ইয়াৰ ফলত খাদ্য আৰু ঔষধৰ উপৰি বৈদ্যুতিক সামগ্ৰীৰ দাম হ্ৰাস হৈছে। জি এছ টি পুনৰ সংস্কাৰে জনস...