September 13, 2025 7:21 PM

views 15

জনসাধাৰণৰ কৰৰ বোজা লাঘব কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত ঐতিহাসিক লাল কিল্লাৰ প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। তেওঁৰ এই দৃষ্টিভংগী বাস্তৱায়িত কৰি ৩ ছেপ্তেম্বৰত জি এছ টি পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা সামগ্ৰী আৰু সেৱা কৰ বিলুপ্ত কৰি জনসাধাৰণৰ কৰৰ বোজা লাঘব কৰাৰ ক্ষেত্ৰত গুৰুত্বপ...