September 7, 2025 7:48 PM

views 101

সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দিপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ'বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা ৩ ছেপ্তেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্রধানমন্ত্ৰীৰ নাগৰিকমুখী তথা অধিক শক্তিশালী অর্থনীতি গঢ়ি তোলাৰ সপোনৰ দিশে দেশ ধাৱমান হৈছে। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থা পূৰ্বৰ পাঁচ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশৰ চাৰিটা পৰ্যায়ৰ গাঁথনিৰ পৰিৱৰ্তে পাঁচ শতাংশ আৰু...

September 7, 2025 11:07 AM

views 86

জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলক লাভান্বিত কৰিব। তেওঁ কয়, যে কৃষি আহিলা-পাতিৰ ওপৰত আৰোপিত জি এছ টি হ্ৰাস কৰাৰ ফলত কৃষি কাৰ্যৰ ব্যয় হ্ৰাস পাব আৰু কৃষকসকলৰ আয় বৃদ্ধি পাব। জৈৱ কীটনাশক আৰু সূক্ষ্ম পোষক দ্ৰব্যৰ ওপৰত আৰোপিত জি এছ...