September 7, 2025 7:48 PM
82
সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দিপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ'বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা ৩ ছেপ্তেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্রধানমন্ত্ৰীৰ নাগৰিকমুখী তথা অধিক শক্তিশালী অর্থনীতি গঢ়ি তোলাৰ সপোনৰ দিশে দেশ ধাৱমান হৈছে। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থা পূৰ্বৰ পাঁচ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশৰ চাৰিটা পৰ্যায়ৰ গাঁথনিৰ পৰিৱৰ্তে পাঁচ শতাংশ আৰু...