September 4, 2025 8:17 PM September 4, 2025 8:17 PM

views 5

জি এছ টি সংস্কাৰৰ সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্রীৰ আদৰণি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ, জি এছ টি পৰিষদে জি এছ টি সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে স্বাস্থ্য বীমাৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি শূন্য কৰি দিয়া হৈছে বুলি আজি মন্তব্য কৰে। জি এছ টিৰ সংস্কাৰেৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয়, যে মধ্যবিত্তই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়...