January 20, 2025 1:16 PM
18
গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন
আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অহা ২৫ আৰু ২৬ জানুৱাৰীত যোৰহাটৰ চাউলুং চ্যুকাফা আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু ২৭ জানুৱাৰীত মাজুলীত হ'বলগীয়া এই সন্মিলনত দেশ-বিদেশৰ কেইবাগৰাকীও প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি যোৰহাটত অনুষ্ঠিত এখন সংবাদ মেলত গ্ৰীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ সভাপতি বিপুল হাজৰিকাই এই কথা সদৰি কৰে। সংবাদ মেলত তেওঁ কয়, যে ইতিমধ্যে ২৫ বছৰ সম্পূৰ্ণ কৰা এই স...