December 31, 2025 7:42 PM

views 17

ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানলৈ পুঁজি আবণ্টন

চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ বাবে ২২৪ কোটিৰো অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ ২৬খন জিলা পৰ্যায়ৰ ১৩৮টা খণ্ড পঞ্চায়ত আৰু ১১ হাজাৰ ২৭৯খন গাঁও পঞ্চায়তৰ বাবে আনটাইড পুঁজিৰ এই প্ৰথমটো কিস্তি মোকলাই দিয়া হৈছে।