January 4, 2025 5:42 PM

views 15

নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰে। ভাৰত মান্দপামত আয়োজিত এই মহোৎসৱ অহা ৯ জানুৱাৰীলৈকে চলিব। ২০৪৭ চনৰ ভিতৰত স্বাৱলম্বী গ্ৰাম্য ভাৰত গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আয়োজন কৰি এই মহোৎসৱ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ২০১৪ চনৰ পৰাই চৰকাৰে গ্ৰামাঞ্চলবাসীক এক মৰ্যদাপূৰ্ণ জীৱন প্ৰদানক অগ্ৰাধিকাৰ দি গ্ৰাম্য অঞ্চলৰ সেৱা আগবঢ়াই আহিছে। এই অনুষ্ঠানত শ্ৰীমোদীয়ে শিপিনীসকলৰ সৈতেও মত বিনিময় কৰি গ্ৰামাঞ্চলৰ মহিলা সবলীকৰণৰ দিশটোৰ ওপৰত গুৰুত্ব আৰ...