November 13, 2024 8:32 PM

views 10

বিভিন্ন প্ৰশিক্ষণ প্রতিষ্ঠানে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে এলানি নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণৰ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে অভিভাৱক আৰু প্ৰাৰ্থীসকল বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থী আৰু পাঠ্যক্ৰমৰ বিষয়ে যাৱতীয় তথ্য প্ৰদান কৰিব লাগে বুলি নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে অস্বীকাৰমূলক ঘোষণা আৰু স্পষ্টীকৰণ স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব আৰু বাছনি লাভ কৰাৰ পাছতহে অনুমতি সাপেক্ষে সফল প্ৰাৰ্থীসকলৰ ফটো ব্যৱহাৰ কৰিব পাৰিব। নীতি-নিৰ্দেশনা অনুসৰি, প্ৰতিষ্ঠানসমূহে নিজৰ সেৱা, সুবিধা আৰু আন্তঃগাঁথনিৰ বিষয়ে সঠিকভা...