September 12, 2024 10:05 AM

views 20

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন,...

August 27, 2024 11:01 AM

views 19

ৰাজ্যত ১৫ ছেপ্টেম্বৰত হ’ব তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে পৰীক্ষাৰ প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰ প্ৰদৰ্শন কৰাৰ লগতে প্ৰৱেশ পত্ৰত সন্নিবিষ্ট নির্দেশনাসমূহ মানি চলিবলৈ জাননীখনত উল্লেখ কৰা ...

August 26, 2024 8:39 PM

views 36

ৰাজ্যত তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ১৫ ছেপ্টেম্বৰত হ’ব বুলি নিযুক্তি আয়োগৰ ঘোষণা