December 26, 2025 6:18 PM December 26, 2025 6:18 PM
5
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিল সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয়, যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা। এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্...