July 5, 2024 12:19 PM

views 22

ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পীযুষ গোয়েলৰ মন্তব্য

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কালি কয় যে, ভাৰতৰ বিকাশত, বিশেষকৈ কৃষি আৰু বতৰ নিৰীক্ষণত ড্রোণে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গোয়েলে ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। ড্রোণ খণ্ডৰ স্বাৱলম্বিতা সুনিশ্চিত কৰিবলৈ চৰকাৰে উদ্যোগসমূহক সমৰ্থন আৰু প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিবলৈ সাজু আছে বুলিও তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে তৃতীয়টো কাৰ্যকালৰ ভিতৰতে ভাৰতক বিশ্ব...