December 20, 2024 12:06 PM

views 16

চৰকাৰ শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যত উপনীত হ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ জৰিয়তে চৰকাৰে শীঘ্ৰেই সন্ত্রাসমুক্ত জম্মু আৰু কাশ্মীৰৰ লক্ষ্যত উপনীত হ'ব আৰু ইয়াৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে। তেওঁ কয়, যে মোদী চৰকাৰে নিৰাপত্তা বাহিনীৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সমস্যা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধ পৰিকৰ। জম্মু-কাশ্মীৰৰ বিধানসভা আৰু ল...