September 19, 2024 8:52 PM September 19, 2024 8:52 PM

views 5

হাইড্ৰ’জেনৰ ব্যৱহাৰৰ সহায়ত জীৱাশ্ম ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰঃ নীতিন গাডকাৰী

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে হাইড্ৰ'জেনৰ ব্যৱহাৰৰ সহায়ত অনাগত সময়ত জীৱাশ্ম ইন্ধনৰ আমদানি প্ৰায় ২২ লাখ কোটিৰ পৰা ৪ লাখ কোটিলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে আৱৰ্জনাৰ পৰা ইন্ধন উৎপন্ন কৰা মীৰাই বাহন প্রকল্প ক্ষিপ্ৰতাৰে আগুৱাই নিছে। তেওঁ লগতে কয় যে, জৈৱ প্ৰযুক্তিৰ ব্যৱহাৰেৰে কম দৰত হাইড্ৰ'জেনৰ উৎপাদন সম্ভৱ হ'ব পাৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে ভাৰতবৰ্ষক ই...