June 15, 2024 9:40 PM June 15, 2024 9:40 PM
10
কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনৰ আয়োজন
আইন আৰু ন্যায় মন্ত্ৰালয়ে কাইলৈ কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম ২০২৩ৰ বিশেষ বৈশিষ্টসমূহ আলোচনা আৰু প্রশ্নোত্তৰ শিতানৰ মাধ্যমেৰে অৱগত কৰোৱাই এই সন্মিলনৰ মূল উদ্দেশ্যে। ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন তিনিখন পহিলা জুলাইৰ পৰা বলৱৎ হ'ব। মন্ত্ৰ্যালয়ে কৈছে যে, এই আইন তিনিখনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন...