July 29, 2024 1:19 PM

views 12

নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম-২০২৪ৰ আয়োজন

শিক্ষা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ মানেকশ্ব’ কেন্দ্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষনীতি ২০২০ৰ ৰূপায়ণৰ চতুৰ্থ বার্ষিকী উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৪ৰ আয়োজন কৰিছে। অখিল ভাৰতীয় শিক্ষা সমাগম হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন অংশীদাৰসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাক সজীৱ কৰি তোলাৰ বাবে লোৱা এটা প্ৰচেষ্টা । এই উপলক্ষে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৰূপায়ণৰ বিভিন্ন অভিজ্ঞতা বিষয়ে অৱগত কৰিব। শ্রীপ্রধানে লগতে বিভিন্ন ভাৰতীয় ভাষা...