July 13, 2024 7:47 PM

views 14

ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে মঙলবাৰে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বৈঠক

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অহা মঙলবাৰে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যিক সামুদ্রিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ৰাজ্যসমূহৰ নিৰ্দিষ্ট সামুদ্রিক আৰু জলপথ পৰিবহণৰ পৰিকল্পনা প্রস্তুত কৰা, সামুদ্রিক খণ্ডৰ নীতি যুগুত কৰা, জল পৰ্যটন আৰু নগৰীয়া জল পৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে কৈছে যে, বৈঠকৰ উদ্দেশ্য হৈছে সমগ্র দেশতে সামুদ্রিক আৰু জলপথ পৰিবহণৰ বিকাশ নিশ্চিত কৰা আনহাতে প্ৰতিখন ৰাজ্যতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জলপথ পৰিবহণ খণ্ডৰ ব্যৱস্থাপনা আৰু এক...