January 1, 2025 6:29 PM

views 11

দেশত আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ

চৰকাৰে আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ কৰিছে। একক SUBSCRIPTION মঞ্চৰ অধীনত গৱেষণা পত্ৰ, পত্ৰিকা আৰু শৈক্ষিক বিষয়বস্তুকে ধৰি ডিজিটেল জ্ঞানৰ বিভিন্ন উৎস সহজে উপলভ্য কৰোৱাই এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিয়ে সেৱা লাভৰ বিভিন্ন বাধা দূৰ কৰি আৰু জ্ঞানৰ সমলভ্যতা সুনিশ্চিত কৰি সমগ্ৰ দেশৰ শিক্ষাৰ্থী, গৱেষক আৰু প্ৰতিষ্ঠানসমূহক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকে ধৰি চৰকাৰী সাহায্যপ্রাপ্ত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ১ কোটি ৮০ লাখৰো অধিক শিক্ষা...