February 22, 2025 9:25 PM
6
কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। পুনেত আজি জনতাসহকাৰী বেংক, পুনেৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰি তুলিছে। তেওঁ লগতে কেন্দ্ৰীয় পঞ্জীয়ন সমবায় সমিতিৰ প্ৰথমটো আঞ্চলিক কার্যালয় পুনেত মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে সমগ্ৰ দেশৰ সমবায় বেংকসমূহৰ আৰ্থিক অসুবিধাসমূহ দূৰ কৰাত সহায় কৰাৰ বাব...