December 23, 2024 9:01 PM

views 8

বিগত ১০ বছৰত চৰকাৰে আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ এটা ধাৰাৰ সৃষ্টি কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং

বিগত ১০ বছৰত চৰকাৰে আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ এটা ধাৰাৰ সৃষ্টি কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সুশাসন ব্যৱস্থা সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্লাষ্টিক আৰু ইলেকট্রনিক সামগ্ৰীসমূহৰ পৰিবেশৰ ওপৰত পৰা প্ৰভাৱকে ধৰি কাৰ্যালয়সমূহত কাগজৰ নথি-পত্র কম কৰালৈকে শাসন ব্যৱস্থাৰ ক্ৰমাগত বিকাশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। শ্রীসিঙে সুশাসন ব্যৱস্থাৰ প্ৰচলন সুনিশ্চিত কৰি স্বচ্ছতা অভিযান...