August 20, 2024 12:06 PM

views 16

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ ২৫ শতাংশ বৃদ্ধিত অনুমোদন

চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ ২৫ শতাংশ বৃদ্ধি কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি-নিয়মসমূহৰ উপৰি চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্শ্বাল নিয়োগ কৰাৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। সূত্ৰসমূহে লগতে এই বুলিও কৈছে যে, কলকাতা চিকিৎসালয়ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন প্রণয়ন কৰিলে কোনো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহ'ব কিয়নো কনিষ্ঠ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু বৰ্বৰ হত্যাৰ ...