July 17, 2025 1:57 PM

views 13

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা এই লক্ষ্যৰ দিশে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ইয়াৰ জৰিয়তে অকল কৃষি ক্ষেত্ৰত পিছপৰি থকা জিলাসমূহত শস্য উৎপাদন বৃদ্ধি কৰাই নহয়, বৰং কৃষকসকলৰ উপাৰ্জন বৃদ্ধিতো সহায়ক হ'ব। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রীসভাই কালি ২০২৫-২৬ বৰ্ষৰ বাবে ১০০ খন জিলাক সামৰি ছবছৰৰ বাবে প্রধানমন্ত্ৰী ধন-ধান্য...