January 22, 2025 2:57 PM

views 43

বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

বেটি বচাও বেটি পঢ়াও অভিযান ৰূপান্তৰকামী তথা জনসাধাৰণ পৰিচালিত আন্দোলনত পৰিগণিত হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত ভাগ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে মত প্রকাশ কৰি শ্ৰী মোদীয়ে আজি কয় যে এই আন্দোলনে লিংগ বৈষম্য দূৰ কৰাত সহায় কৰিছে আৰু কন্যা শিশুৰ বাবে শিক্ষা আৰু সপোন বাস্তবায়িত কৰাৰ সুযোগ নিশ্চিত কৰাৰ উদ্দেশ্যে সঠিক বাতাৱৰণ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে এই অভিযানৰ ৰূপায়ণৰ পাছৰে প...

January 22, 2025 12:21 PM

views 14

বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি

চৰকাৰে বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি উদযাপন কৰিছে। কন্যা শিশুক সুৰক্ষা, শিক্ষা প্ৰদান আৰু সবলীকৰণৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিয়ে ১০ বছৰ সম্পূৰ্ণ কৰিলে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এটা সূত্ৰই জনোৱা অনুসৰি আজি নতুন দিল্লীত হ'বলগীয়া বৰ্ষপূর্তি অনুষ্ঠানত সশস্ত্র বাহিনী, পেৰামিলিটেৰী বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা বিষয়াসকলে অংশগ্ৰহণ কৰিব। ছাত্ৰী আৰু অংগনৱাড়ী কর্মীসকলকো বেটী বচাও বেটী পঢ়াও আঁচনিৰ বৰ্ষপূর্তি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। মন্ত্ৰালয়ৰ সূত্ৰটোৱে লগতে কয় যে...