November 10, 2024 6:17 PM

views 12

কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা, চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অভিহিত কৰে

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি অভিহিত কৰে। ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যখনৰ অসামৰিক সেৱা পৰীক্ষাসমূহৰ বাবে সাজু হোৱা নিৰ্বাচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্রস্তুতিমূলক নির্দেশনা অধিৱেশন এখনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি এনেদৰে কয়। যুৱক-যুৱতীসকলক মাতৃভূমিৰ প্ৰতি দায়িত্ব পালনৰ কা...

October 20, 2024 7:36 PM

views 18

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৫১১ গৰাকী ছাত্ৰ-ছাত্ৰী এই বাছনি পৰীক্ষা অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এই পদক্ষেপ বিষয়ে ঘোষণা কৰিছিল। ইয়াৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰী...