May 18, 2025 6:58 PM

views 12

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু হৈছে। ৫১ জনীয়া দলটোক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৭ টা গোটত ভাগ কৰি প্ৰতিটো গোট কোন কোন দেশলৈ যাব, তাৰ তালিকা প্রকাশ কৰিছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা অনুসৰি ৭ টা দলক – বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা, ৰবিশংকৰ প্ৰসাদ, জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা, শিৱসেনাৰ সাংসদ শ্রীকান্ত একনাথ সিন্দে, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, ডি এম কেৰ সাংসদ কান...

May 18, 2025 11:10 AM

views 15

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলৰ বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহলৈ যাত্ৰা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্দূৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। সর্বদলীয় প্রতিনিধিদলত অন্তৰ্ভুক্ত সাংসদসকলৰ বিষয়ে সদৰী কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্রথম দলটোৱে চৌডি আৰব, বাহৰেন, কুৱেৰ্ট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এই প্রতিনিধি দলটোত বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু এ আই এম আই এ...