October 18, 2024 12:03 PM October 18, 2024 12:03 PM

views 3

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা কোম্পানীৰ ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা নামৰ কোম্পানীটোৱে যুটীয়াভাৱে ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কালি নতুন দিল্লীত উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্রদান কৰি এই অভিযানক অনলাইন প্ৰৱঞ্চনাৰ বৰ্ধিত ভাবুকিৰ পৰা নাগৰিকসকলক ৰক্ষা কৰাৰ সময়োচিত আৰু আৱশ্যকীয় পদক্ষেপ বুলি অভিহিত কৰে। এই অভিযানৰ পৰা চৰকাৰে যে ডিজিটেল সুৰক্ষা আৰু সতৰ্কতাৰ প্ৰসাৰ বিচাৰে সেয়া স্পষ্ট হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ শ্ৰী জাজুৱে কয় ভাৰতত ৯০...