August 10, 2025 12:16 PM

views 24

তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি নিবেদন

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে কালি তিনিচুকীয়াত উপস্থিত হৈ মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক শ্রদ্ধাঞ্জলি নিবেদন কৰে। তাৰপাছতেই সাংসদগৰাকীয়ে গোলাপ চন্দ্ৰ-ৰবি চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন কংগ্ৰেছৰ যোগদান সভাত অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, যে জনজাতিকৰণ, চাহ বাগিচাত বিনামূলীয়া বিজুলী যোগান, বিশুদ্ধ খোৱাপানী যোগান আদি বিষয়সমূহ চালেই বর্তমানৰ...

July 25, 2024 10:31 AM

views 21

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাংসদ গৌৰৱ গগৈৰ সাক্ষাৎ

যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনা কালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা আগলৈ ঘাইপথটোৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও তিনিবাৰ কৈ বাতিল হোৱাৰ কথা জনায়। সাংসদ গগৈৱে নিবিদা প্ৰক্ৰিয়াৰ চতুর্থ পৰ্যায়ত ইতিবাচক ফলাফলৰ আশাৰে শ্ৰীগাডকাৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান ক...

July 14, 2024 6:48 PM

views 23

সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে লোকসভাত দলৰ উপ নেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তি সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, কোদিকুমিল সুৰেশক মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হৈছে।