August 5, 2025 11:07 AM

views 34

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন

■ ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। কালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে চলিত বছৰৰ বাবে ৬৯ গৰাকী কৰ্মচাৰ...

June 6, 2025 9:02 PM

views 65

আজি স্বাধীনতা সংগ্রামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্মবার্ষিকী

স্বাধীনতা সংগ্রামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ১৩৫ সংখ্যক জন্মবার্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমৰ সমাজ জীৱনৰ সামগ্ৰিক প্ৰগতিৰ বাবে গোপীনাথ বৰদলৈয়ে দেখুৱাই যোৱা আদৰ্শই চিৰদিন অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতৰত্ন গোপীনাথ বৰদলৈদেৱৰ গভীৰ স্বদেশ প্রেম, অসাধাৰণ ব্যক্তিত্ব আৰু দূৰদৰ্শিতাই আমাৰ জাতিক সদায় সমৃদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে। অসম নাৰী কল্যান মঞ্চৰ সহযোগত চৰকাৰী পেঞ্চনাৰ...