January 29, 2025 12:59 PM

views 13

আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

গুৱাহাটী ক্রীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহত অনুষ্ঠিত হ'ব। আজি গুৱাহাটীৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ খেলপথাৰত এই প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী খেলখনত এফ চি গ্রীণ ভেলী অসম পুলিচৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত বৰ্ষৰপৰা এই ফুটবল প্রতিযোগিতাখন নতুন আর্হিত আৰম্ভ কৰা হৈছে। প্ৰথমে সর্বমুঠ ৩৫ খন জিলাক সামৰি জিলা পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত ছটা ক্লাষ্টাৰত পৰৱৰ্তী ...