September 14, 2025 8:50 PM
15
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে সকলোৰে বাবে সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰি আছে
সেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজিৰ এই প্ৰতিবেদনত আমাৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ কেনেদৰে পৰিবৰ্তন সাধন হৈছে সেই বিষয়ে আলোচনা কৰিছোঁ ৷ বৈদিক যুগৰ পৰাই ‘পৃথিৱী আমাৰ মাতৃ আৰু আমি সকলো পৃথিৱীৰ সন্তান' কথাষাৰ মানি অহা হৈছে । ইয়াৰ ফলত পৰিৱেশৰ সৈতে মানুহৰ সম্প্ৰীতিৰ নতুন নতুন দিশ উন্মোচিত হৈছে। যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই প্রাচীন প্ৰজ্ঞাক আৰু অধিক শক্তিশালী আৰু ব্যৱহা...