December 6, 2024 8:54 PM December 6, 2024 8:54 PM
6
গোলাঘাটৰ সৰুপথাৰত নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন
গোলাঘাট জিলাৰ সৰুপথাৰত আজিৰে পৰা নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বোকাখাত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আয়োজিত অধিৱেশনৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানো অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্রতিনিধি সভা উদ্বোধন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি কাইলৈ পতাকা উত্তোলন, স্বচ্ছতা অভিযান, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।