April 29, 2025 11:00 AM

views 15

গোলাঘাটৰ সৰুপথাৰৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত দুগৰাকী মহিলাৰ মৃত্যু, বহু লোক আক্ৰান্ত

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ছেৱাগুৰিৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হৈছে। চাৰিদিন পূৰ্বে গাঁওখনৰ একাংশ লোক এনে ৰোগত আক্ৰান্ত হৈ সৰুপথাৰ আৰু গোলাঘাটত চিকিৎসাধীন হৈছিল। ইয়াৰে ৰুফিনা কৰ্মকাৰ আৰু পূর্ণিমা কেৰকেটা নামৰ মহিলা দুগৰাকী চিকিৎ‍সাধীন অৱস্থাত মৃত্যু হয়। স্বাস্থ্য বিভাগে গাঁওখনত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় বিধায়ক বিশ্বজিৎ ...