July 26, 2024 12:13 PM

views 14

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সপ্তম পথ সুৰক্ষা সমিতিৰ সভা

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কালি সপ্তম পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আৰম্ভণিতে বিভিন্ন বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু বৰ্তমানৰ পথ সুৰক্ষা ব্যৱস্থা তথা ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে পর্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে দুর্ঘটনা প্রবল অঞ্চলসমূহ চিনাক্ত কৰি ইয়াৰ প্ৰশমন কৌশল প্ৰস্তুত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। সভাত শেহতীয়া পথ দুৰ্ঘটনা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰাৰ লগতে গোলাঘাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত যান-জঁটৰ সমস্যা সমাধান কৰিবৰ বাবে বাট-প...