March 9, 2025 7:23 PM

views 21

গোলাঘাটৰ বৰপথাৰত চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ লাইখুঁটা স্থাপন

গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰত দুদিনীয়াকৈ আয়োজন কৰা চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। বৰপথাৰ চাওতাল সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত অহা ১ আৰু ২ এপ্ৰিলত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত চাওতাল জনগোষ্ঠীৰ বিভিন্ন উপগোষ্ঠীৰ উপস্থিতিত পৰম্পৰাগত নৃত্য-গীত, চিত্রাংকন, সৃষ্টিশীল নৃত্য, সাহিত্য প্রতিযোগিতাৰ লগতে অন্যান্য বহুতো কাৰ্যসূচী অনুষ্ঠিত হ'ব।

April 2, 2024 12:22 PM

views 35

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতি আৰু এইক্ষেত্ৰত গ্ৰহণ কৰা সাহায্য অভিযানৰ সন্দৰ্ভত আলোচনা কৰা হয়। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা  লগতে ধ...