ডাউনলোড
মোবাইল এপ

android apple
signal

January 16, 2025 6:57 PM

গোলাঘাটৰ বালিজানত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন

গোলাঘাট জিলাৰ বোকাখাতৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্...