November 12, 2024 5:57 PM

views 17

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৈনিক স্কুলৰ স্মৃতি সৌধৰ শুভ উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে। মুকলি সভাত তেওঁ কয়, যে সৈনিক স্কুল গোৱালপাৰাই সৈন্য বাহিনীক শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে। একেদৰে শিক্ষানুষ্ঠানখনৰ পৰা শিক্ষা সমাপ্ত কৰি নতুন প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত কাম কৰি প্ৰধানমন্ত্ৰীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে ৷ আজিৰ...