October 20, 2024 6:34 PM

views 19

গোৱালপাৰাত সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

গোৱালপাৰা সাহিত্য সভা আৰু আগিয়া শতদল শাষা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, কেন্দ্রীয় ৰামধেনু অনুষ্ঠান আদি হাতত লোৱা হয়। দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ উপ-সভাপতি ডা০ গিৰীশ সন্দিকৈয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গো...