October 4, 2025 8:23 PM
19
গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা ৰথ যাত্ৰা
গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগে আজি সজাগতা ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা উলিওৱা সজাগতা ৰথ যাত্ৰাৰ পতাকা জোকাৰি জিলা আয়ু...