July 18, 2024 12:35 PM July 18, 2024 12:35 PM
12
গোৱালপাৰাত ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত ২ দুর্বৃত্ত আৰক্ষীৰ গুলীত আহত
গোৱালপাৰা চহৰৰ সমীপৰৱৰ্তী কল্যাণপুৰত কালি নিশা ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত দুই দুর্বৃত্ত আৰক্ষীৰ গুলীত আহত হয়। দুয়ো ক্রমে অশোক গোৱেলৰ গাড়ীচালক আছান আলী আৰু দুৰ্বৃত্ত দলৰ গাড়ীচালক জাহিদুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলা কল্যাণপুৰত যোৱা ১৪ জুলাইৰ সন্ধিয়া অশোক গোৱেল নামৰ ব্যৱসায়ীজনক দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে কালি সন্ধিয়া ঘটনাস্থলীত তদন্ত চলাবলৈ উপস্থিত হোৱাৰ লগে লগে দুই গাড়ীচালক আছান আৰু জাহিদুলে পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীয়ে গুলী...