July 24, 2024 7:46 PM

views 16

গোৱালপাৰা জিলাত জাপানীজ এনচেফেলাইটিছত ৯জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে গোৱালপাৰা জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জিলাখনত এই পর্যন্ত ৯ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ৰংজুলিৰ মেল’পাৰাত নকুল কছাৰী নামৰ লোকজনৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে, ৩ জন গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত আৰু এজন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বাকী কেইজন ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। আনহাতে, জিলাখনত যাতে এই ৰোগ অধিক বিয়পিব নো...