December 15, 2024 7:17 PM

views 15

গোৱালপাৰা  সংমণ্ডলৰ লেলা গাঁৱত গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ জিলা আয়ুক্তৰ

গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা সংমণ্ডলৰ লেলা গাঁৱত উপস্থিত হৈ গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ কৰে। আয়ুক্তগৰাকীয়ে বিনামূলীয়াকৈ জৈৱ গেছৰ যোগান লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। স্বচ্ছ ভাৰত অভিযানৰ প্ৰদূষণ ৰোধ তথা স্বচ্ছ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি দেশত গোবৰ্ধন আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে গোটা আবৰ্জনা নিষ্কাষণৰ উপৰি এই আবৰ্জনাৰ পৰা জৈৱ গেছ উৎপন্ন কৰি জনসাধাৰণক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ড...