February 21, 2025 6:52 PM

views 11

ঐতিহাসিক উপদ বিলক আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা

গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক উপদ বিলক অন্যতম আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে লোক নিৰ্মাণ বিভাগে ১৮ কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে পর্যটকসকলে বিলখনৰ চাৰিওকাষে ঘুৰি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। বিলখনৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা, জীৱকূলৰ সুৰক্ষা, স্বচ্ছতা আদি দিশৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে সেই অঞ্চলটো প্লাষ্টিক নিষিদ্ধ এলেকা...