November 26, 2025 8:46 PM

views 34

গোৱাৰ পানাজীত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্রিয় চলচ্চিত্র ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন কালিও মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল। এই ছবি দুখন প্রদর্শন সন্দর্ভত আজি এখন সংবাদমেলত ভাইমন দাৰ পৰিচালক শশাংক সমীৰ, পত্ৰলেখা পৰিচালক নম্রতা দত্ত আৰু চলচ্চিত্র পৰিচালক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত উৎ...